XutuliXXX

xutuli pitha (English) [ IPA: [xutuli] [pitha]]
Contributed by: Partha P Sarmah on 2008-04-14
1. Cuisine-Food(Material Noun-Neuter) A kind of Assamese pitha. It is prepared using the powder of a special type of rice, locally known as Bora Saul (Bora rice). The rice powder is mixed with milk to make flat and circular shape. Ground coconut and sugar are mixed together and wrapped with the help of that roti and finally fried either in oil or ghee. এবিধ পিঠা ৷ বৰাচাউলৰ গুৰি এৱাঁ গাখীৰেৰে টানকৈ সানি সৰু সৰু লাড়ু বনাই হাতৰ তলুৱাত থৈ বহলাই লোৱা হয় ৷ নাৰিকলৰ গুৰি আৰু চেনীৰ থুপথুপীয়া মিশ্ৰণ এটা পিঠাগুৰিৰ বহল আৱৰণখনৰ ভিতৰত ভৰাই আৱৰণখন চাৰিওষকাষে টিপিদিয়া হয় আৰু সমগ্ৰ মিশ্ৰণটোক তেল বা ঘিঁউত ভজা হয়৷